বৰপেটাত কুখ্যত IPL বুকী ইনতাজ আলী পাঠানক আটক আৰক্ষীৰ

  • IPL জুৱাৰ বিৰুদ্ধে নিশা বৰপেটা, বৰপেটা ৰোডত অভিযান
  • ডেৰ লক্ষাধিক টকাসহ ৩ জুৱাৰীত আটক আৰক্ষীৰ
  • কুখ্যত IPL বুকী ইনতাজ আলী পাঠানৰ ঘৰত নিশা বৰপেটা আৰক্ষীৰ অভিযান
  • ইনতাজ আলী পাঠানক তেওঁৰ ঘৰৰ পৰাই আটক আৰক্ষীৰ
  • আপত্তিজনক নথিৰ লগতে নগদ ১ লাখ ৬৯ হাজাৰ টকা জব্দ
  • লগতে অভিযানকাৰী দলে জব্দ কৰে এটা বিশেষ ডায়েৰী আৰু মোবাইল ফোন
  • দীৰ্ঘদিন ধৰি জুৱা, লটাৰী আৰু IPL জুৱাৰ সৈতে জড়িত আছিল ইনতাজ আলী
  • বৰপেটাৰোডৰ বলভিটাতো বৰপেটাৰোড আৰক্ষীৰ অভিযান
  • বলভিটাৰ অভিযানত নুৰজামাল আলী আৰু মকবুল হুছেইনক নামৰ দুজনক আটক
  • দুয়োৰে পৰা ৮ খন নম্বৰ বিক্ৰী বহী আৰু কিছু টকা জব্দ কৰে আৰক্ষীয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...