মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত নাও দুৰ্ঘটনা

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগাত নাও দুৰ্ঘটনা। শোকাৱহ নাও দুৰ্ঘটনাত এটি কণমানিসহ ৩ জনৰ কৰুণ মৃত্যু। বাংলাদেশত উদ্ধাৰ হৈছে দুজন নাওযাত্ৰীৰ মৃতদেহ। উদ্ধাৰ হ’ল ইছমাইল হুছেইন নামৰ এটি ৮ ‍বছৰীয়া কণমানি। ৬৫ বছৰীয়া কোবাদ হুছেইনৰ মৃতদেহ উদ্ধাৰ বাংলাদেশত। হঠাৎ অহা ধুমুহাৰ ফলত সংঘটিত হয় এই নাও দুৰ্ঘটনা। হাটশিঙিমাৰীৰ পৰা খাগৰাৰ চৰ অভিমুখে গৈ আছিল ভূটভূটি নাওখন। নাওখনত ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা ছাদ্দাম হুছেইনৰো মৃত্যু। দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ যাত্ৰীক উদ্ধাৰত ব্যস্ত SDRF বাহিনী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...