যোৰহাটত মনোনয়ন দাখিল গৌৰৱ গগৈৰ

মনোনয়ন দাখিলৰ পূৰ্বে বিশাল ৰেলী গৌৰৱ গগৈৰ
যোৰহাটত গৌৰৱ গগৈৰ শক্তি প্ৰদৰ্শন
সহস্ৰাধিক সমৰ্থকৰ অংশগ্ৰহণ গৌৰৱ গগৈৰ ৰেলীত

মনোনয়ন পত্ৰ দাখিল কৰি যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ফেচবুকত এইদৰে পোষ্ট কৰে-

আজি যোৰহাট সংসদীয় সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰোঁ। এই মনোনয়নে পৰিৱৰ্তন আৰু উন্নয়নৰ বাবে আগ্ৰহী অসমৰ যুৱক-যুৱতী, মহিলা, প্ৰান্তীয়, কৃষক আৰু প্ৰতিজন কঠোৰ পৰিশ্ৰমী ব্যক্তিৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে।

মোৰ প্ৰতি মৰম আৰু সমৰ্থন আগবঢ়াই আস্থা প্ৰকাশ কৰা যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজৰ লগতে অসমৰ ৰাইজৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ

Filed my nomination as the candidate of Indian National Congress for the Jorhat Parliamentary Constituency today. This nomination represents aspirations of the youth, women, the marginalised, the farmers and every hard working person of Assam who is eager for change and development.

My deepest gratitude to the people of Assam for the outpouring of love and support.

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...