২৬বছৰ বয়সতে মৃত্যু সুন্দৰী ADULT STAR ছফিয়া লিয়নিৰ

ADULT FILM INDUSTRYত যেন কালিকাহে লাগিছে! ইটোৰ পাছত সিটোকৈ মৃত্যুৰ ঘটনাই কঁপাই গৈছে উদ্যোগটোক। বছৰটোৰ আৰম্ভণিতে অভিনেত্ৰী থেনা ফিল্ডছক(THAINA FIELDS)ক কোঠাৰ ভিতৰেত মৃত অৱস্থাত পোৱা গৈছিল। কেৱল সেয়াই নহয়, ফেব্ৰুৱাৰীতো আন এগৰাকী ADULT STAR কাগনী লিন কাৰ্টাৰে (Kagney Linn Karter) জীৱনৰ চৰম সিদ্ধান্ত বাচি লৈছিল। কিন্তু তাৰ মাজতে এইবাৰ আহিছে আন এক দুখবৰ।

প্ৰাপ্তবয়স্ক চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী ছফিয়া লিয়নি আৰু নাই। ২৬বছৰ বয়সত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। খবৰ অনুসৰি আমেৰিকাত নিজৰ কোঠাৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেত্ৰীগৰাকীক। এই খবৰৰ পাছত শোকস্তব্ধ হৈছে তেওঁৰ অনুৰাগী আৰু চলচ্চিত্ৰ উদ্যোগটোৰ অভিনেতা-অভিনেত্ৰীসকল। আনফালে সঘনাই এই উদ্যোগটোৰ অভিনেত্ৰীৰ মৃত্যুৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৰে মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...