প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণৰ কাৰ্যসূচী সাল-সলনি

প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণৰ কাৰ্যসূচী সাল-সলনি। সন্ধিয়া ৫.০৫ মিনিটত কাজিৰঙাত উপস্থিত হ’ব মোদী। ৰাষ্ট্ৰীয় ঘাইপথেৰে ৫.৩০ মিনিটত উপস্থিত হ’ব কহঁৰাত। নিশা অতিথিশালাত থকাৰ পিছত শনিবাৰে পুৱা কহঁৰা বনাঞ্চল ভ্ৰমণ কৰিব মোদীয়ে। কহঁৰা বনাঞ্চল দৰ্শন কৰি পুৱা ৭.১০ মিনিটত অসম আৰক্ষী অতিথিশালাত উপস্থিত হ’ব মোডী৯. ৪৫ মিনিটত পানবাৰী হেলিপেডৰ পৰা অৰুণাচল অভিমুখে ৰাওনা হ’ব মোদী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...