INDIA TV-CNXৰ অপিনিয়ন প’লত কেন্দ্ৰত পুনৰ NDA চৰকাৰৰ ইংগিত

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইণ্ডিয়া টিভিৰ অপিনিয়ন প’ল

ইণ্ডিয়া টিভি CNXৰ অপিনিয়ন প’লত কেন্দ্ৰত পুনৰ NDA চৰকাৰৰ ইংগিত

NDAএ ৩৭৮ খন লাভ কৰিব বুলি অপিনিয়ন প’লত প্ৰকাশ

I.N.D.I.A মিত্ৰজোঁটে ৯৮ খন আসন লাভ কৰাৰ ইংগিত

বিজেপিয়ে ৩৩৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ

কংগ্ৰেছে মাত্ৰ ৩৭ খন আসন লাভ কৰাৰ ইংগিত অপিনিয়ন প’লৰ

অসমত বিজেপি মিত্ৰজোঁটে ১২খন আসন লাভ কৰাৰ ইংগিত

বিজেপিয়ে অসমত ১০ খন আসন লাভ কৰিব বুলি প্ৰকাশ

AGPএ এখন আসন লাভ কৰাৰ ইংগিত দিলে অপিনিয়ন প’লে

UPPLএ এখন আসন লাভ কৰাৰ কথা ক’লে অপিনিয়ন প’লে

কংগ্ৰেছে অসমত এখন আসন লাভৰ ইংগিত

AIUDFএ এখন লাভ কৰাৰ ইংগিত দিলে অপিনিয়ন প’লে

পশ্চিবংগত বিজেপি আৰু তৃণমূলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰ ইংগিত

বিজেপিয়ে পশ্চিমবংগত ২০ খন আসন লাভ কৰাৰ সম্ভাৱনা

তৃণমূল কংগ্ৰেছে ২১ খন আসন লাভ কৰাৰ ইংগিত

উত্তৰপ্ৰদেশত বিজেপিয়ে ৭৪ খন লাভ কৰাৰ সম্ভাৱনা

গুজৰাটত বিৰোধী শূন্য হোৱাৰ ইংগিত

গুজৰাটত সম্পূৰ্ণ ২৬ খন আসনে বিজেপিক দিলে অপিনিয়ন প’লে

হাৰিয়ানাৰ ১০ খন আসনে বিজেপিয়ে লাভ কৰাৰ ইংগিত

দিল্লীত কেজৰিৱালে এখন আসনো লাভ নকৰাৰ ইংগিত

দিল্লীৰ সম্পূৰ্ণ ৭ খন আসন বিজেপিক দিলে অপিনিয়ন প’লে

ৰাজস্থান গেৰুৱাময় হোৱাৰ ইংগিত দিলে অপিনিয়ন প’লে

সম্পূৰ্ণ ২৫ খন আসন বিজেপিয়ে লাভ কৰাৰ ইংগিত

মধ্যপ্ৰদেশত বিজেপিয়ে আটাইকেইখন আসন লাভ কৰাৰ ইংগিত

২৯ খন আসন লাভ কৰাৰ কথা ক’লে অপিনিয়ন প’লে

বিহাৰত বিজেপিয়ে ১৭খন আসন লাভ কৰাৰ ইংগিত

নীতিশ কুমাৰৰ দলে ১২ খন লাভ কৰাৰ ইংগিত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...