মেট্ৰিক, উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। মেট্ৰিক, উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী হ’ব এই ব্যৱস্থা। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰে যে স্থানপ্ৰাপ্তৰ ব্যৱস্থাত নাই কোনো চৰকাৰী মান্যতা। আৰু মান্যতা নথকা বিষয় এটা ৰখাৰ প্ৰয়োজন ক’ত বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ। আনফালে তেওঁ কয় যে এই ব্যৱস্থাই বহুতক উৎসাহিত কৰিলেও, বহুতকে নিৰুৎসাহিত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...