অসমীয়া যুৱকৰ দ্বাৰা উৎপাদিত আলু কিনিলে চীপছ কোম্পানীয়ে

অসমীয়া যুৱকৰ উৎপাদিত আলু কিনিলে চীপছ কোম্পানীয়ে। চাংসাৰিৰ আঠয়াবৈ গাঁৱৰ আত্মসহায়ক গোট ‘আংকাক্ষা’ই আনিলে এই জাগৰণ। ‘আংকাক্ষা’ৰ সদস্যৰ প্ৰেৰণাতে কৃষি বিপ্লৱৰ সূচনা কৰিছিল অঞ্চলবাসীয়ে। ২ হাজাৰ বিঘা ভূমিত কৰিছিল সৰিয়হ, আলু আৰু পাচলি খেতি। প্ৰথম পৰ্যায়ত চীপছ কোম্পানীক ৮০ কুইন্টল আলু বিক্ৰী কৰিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...

ইৰানৰ বিৰুদ্ধে ‘মাদাৰ অৱ অল বম্বছ’ ব্যৱহাৰৰ চিন্তা আমেৰিকাৰ

ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ মাজতে...