চুৰি কৰিবলৈ আহি ধৰা পৰিল যুৱতী, তাৰ পিছত কি হ’ল?

এইবাৰ যুৱক নহয় যুৱতী চোৰৰ উপদ্ৰৱ। নগাঁৱৰ কচুৱা পমিলা জাৰণিত চুৰি কৰিবলৈ আহি ধৰা পৰিল যুৱতী। লীলা শইকীয়া নামৰ লোকজনৰ ঘৰত এগৰাকী যুৱতীয়ে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নগদ ধনসহ আ-অলংকাৰ চুৰি কৰাৰ অভিযোগ। ঘটনাৰ সময়ত ঘৰত নাছিল গৃহস্থ। পিছত গৃহস্থক দেখি ঘৰৰ ভিতৰৰ পৰা পলায়ন কৰে যুৱতীগৰাকীয়ে। পাছত ঘৰৰ গৰাকীয়ে হুলস্থুল কৰাত স্থানীয়ে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে যুৱতীগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...