লোভেই পাপ, পাপেই মৃত্যু! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডেপুটি CEO

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ডেপুটি CEO। দক্ষিণ শালমৰা মানকাচৰ পৰিষদৰ ডেপুটি CEO গ্ৰেপ্তাৰ। দুৰ্নীতি নিবাৰক শাখাৰ জালত CEO ইমতাজ মণ্ডল। ফেকামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বত ইমতাজ মণ্ডল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...