গ্ৰেমী বঁটাত উজলিল ভাৰতৰ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন

২ বিশিষ্ট সংগীতজ্ঞৰ ‘শক্তি’ নামৰ বেণ্ডে আঁজুৰিলে বঁটা
বেষ্ট গ্ল’বেল মিউজিক এলবাম জয় ‘শক্তি’ বেণ্ডৰ
দিজ ম’মেণ্ট শীৰ্ষক এলবামৰ বাবে গ্ৰেমী বঁটা লাভ
শংকৰ মহাদেৱন, বেণ্ডটোৰ সতীৰ্থ গণেশ ৰাজাগোপালনে গ্ৰহণ কৰে বঁটা
যোৱা বছৰৰ ৩০ জুনত মুক্তি লাভ কৰিছিল দিজ ম’মেণ্ট নামৰ এলবামটো
এলবামটোৰ ৮টাকৈ গানত কণ্ঠ নিগৰাইছে শংকৰ মহাদেৱনে
তবলা সংগত কৰিছিল ওস্তাদ জাকিৰ হুছেইনে

NKTV Digital
Author: NKTV Digital

83 COMMENTS

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...