হিলদল ভাঙি বাইদেউহঁত ওলাই আহিল খানাপাৰালৈ

খানাপাৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীক চাবলৈ, ভাষণ শুনিবলৈ হিলদল ভাঙি উজনি-নামনিৰ পৰা আহিল জনতা। বিশেষকৈ এই সভাত দেখা গ’ল ৰাজ্যৰ মহিলাসকলক। লাখপতি বাইদেউসকল ওলাই আহিল খানাপাৰালৈ। মনত প্ৰধানমন্ত্ৰীক চোৱাৰ হেঁপাহ। মুখত মোদী বন্দনা। কোনোবাই কলে খানাপাৰালৈ ৰাম আহিছে। কোনোবাই ক’লে হনুমান হোৱা হ’লে বুকু ফালি দেখুৱালোহেঁতেন। কোনো সুবিধা নোপোৱা মহিলাও আহিল খানাপাৰালৈ। কাৰণ মোদী আহিছে।

সম্পূৰ্ণ প্ৰতিবেদনটো চাবলৈ চাওক এই ভিডিঅ’

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...