নতুন বছৰৰ প্ৰথমটো মাহতেই কাজিৰঙাত ২টাকৈ গঁড় হত্যা

  • নতুন বছৰৰ প্ৰথমটো মাহতেই কাজিৰঙাত ২টাকৈ গঁড় হত্যা
  • ২২ জানুৱাৰীত প্ৰথমটো গড় হত্যা কাজিৰঙাত।
  • শেহতীয়াকৈ গোলাঘাটত উদ্ধাৰ এশিঙীয়া গঁড়ৰ খড়্গ।
  • আৰক্ষীৰ অভিযানত উদ্ধাৰ এশিঙীয়া গড়ৰ খড়্গ
  • গোলাঘাট বৰবিল গাঁৱত গঁড়ৰ খড়্গসহ গ্ৰেপ্তাৰ এজনক
  • জগ্গু পেগু নামৰ লোকজনক গ্ৰেপ্তাৰ
  • গোলাঘাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত উদ্ধাৰ কৰে খড়্গটো
  • বৰ্তমান গোলাঘাট আৰক্ষীৰ জিম্মাত আছে খড়্গটো
  • খড়্গটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে
  • গঁড়টোক হত্যা কৰোঁতে ব্যৱহাৰ কৰা AK47 ৰাইফল জব্দ
  • জব্দ হৈছে AK-47ৰ ১৩ জাঁই গুলী,
  • কমাৰগাঁৱৰেই অফলা গাঁৱৰ হৰেন কামানৰ ঘৰত জব্দ ৰাইফলটো
  • গঁড়টোৰ খড়্গ উদ্ধাৰৰ পাছতেই জব্দ ৰাইফলটো
  • ২২ জানুৱাৰীত অগৰাতলী বনাঞ্চলত দুৰ্বৃত্ত ই হত্যা কৰিছিল এটা গঁড়
  • ২২ জানুৱাৰীত হত্যা কৰা গঁড়টোৰে খড়্গ বুলি সন্দেহ বন বিভাগৰ
  • খৰ্গটোৰ সৈতে উদ্ধাৰ হোৱা নাকৰ হাড়ৰ পৰা এই কথা সন্দেহ কৰা হৈছে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...