কেন্দ্ৰত তৃতীয়বাৰলৈ মোদী চৰকাৰৰ ইংগিত অ’পিনিয়ন প’লত

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো অ’পিনিয়ন প’ল
TIMES NOW আৰু ETGৰ অ’পিনিয়ন প’লত বিজেপি চৰকাৰৰ ইংগিত
কেন্দ্ৰত তৃতীয়বাৰলৈ মোদী চৰকাৰৰ ইংগিত অ’পিনিয়ন প’লত
I.N.D.I.A মিত্ৰজোঁটে ২০০খন আসনৰ তলত থকাৰ ইংগিত
NDA ৩০০তকৈ অধিক আসন লাভ কৰাৰ ইংগিত

TIMES NOW OPINION POLL
NDA- ৩২৩
I.N.D.I.A.- ১৬৩
অন্যান্য– ৫৭

TIMES NOW OPINION POLL
অসম–১৪
বিজেপি+ – ৯-১১
ইণ্ডিয়া মিত্ৰজোঁট – ৩-৪
অন্যান্য– ১

TIMES NOW OPINION POLL
উত্তৰ পূৰ্বাঞ্চল–১১
বিজেপি+ – ৪–৬
ইণ্ডিয়া মিত্ৰজোঁট – ২–৪
অন্যান্য– ২–৪

TIMES NOW OPINION POLL
পশ্চিমবংগ–৪২
টি এম চি – ২০–২৪
বিজেপি+ – ১৭–১৯
চিপিআই– ১–২
কংগ্ৰেছ – ১–২

TIMES NOW OPINION POLL
উত্তৰপ্ৰদেশ– ৮০
বিজেপি+ – ৭০–৭৪
ইণ্ডিয়া মিত্ৰজোঁট– ৪–৮
বি এচ পি– ০–১
অন্যান্য– ১–৩

TIMES NOW OPINION POLL
মধ্যপ্ৰদেশ– ২৯
বিজেপি+ – ২৭–২৯
ইণ্ডিয়া মিত্ৰজোঁট– ০–১
অন্যান্য– ০

TIMES NOW OPINION POLL
ৰাজস্থান– ২৫
বিজেপি+ – ২৪–২৫
ইণ্ডিয়া মিত্ৰজোঁট– ০–১
অন্যান্য– ০

TIMES NOW OPINION POLL
ছত্তীশগড়– ১১
বিজেপি+ – ১০–১১
ইণ্ডিয়া মিত্ৰজোঁট– ০–১
অন্যান্য– ০

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...