অসমতো বৃদ্ধি পাব মহিলা সাংসদ-বিধায়কৰ সংখ্যা

বহু সাংসদ-বিধায়কে হেৰুৱাব নিজৰ নিজৰ সমষ্টি

নিজৰ সমষ্টিটো সংৰক্ষিত হ’ব পাৰে মহিলাৰ বাবে

অসমতো বৃদ্ধি পাব মহিলা সাংসদ-বিধায়কৰ সংখ্যা

অসমত বৰ্তমান মহিলা সাংসদ-বিধায়কৰ সংখ্যা ১০ শতাংশতকৈও কম

১৪খন লোকসভা আসনৰ ভিতৰত মহিলা সাংসদ মাথো ১গৰাকী

১২৬খন বিধানসভা আসনৰ ভিতৰত মহিলা বিধায়ক ৬গৰাকী

লোকসভাত অসমৰ পৰা মহিলাৰ প্ৰতিনিধিত্ব মাথো ৭শতাংশ

বিধানসভাত অসমত মহিলাৰ প্ৰতিনিধিত্ব মাথো ৫ শতাংশ

লোকসভাৰ ১৪খন আসনৰ ভিতৰত ৪খন আসন সংৰক্ষণ হ’ব মহিলাৰ বাবে

বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ৪২খন আসন সংৰক্ষণ হ’ব মহিলাৰ বাবে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...