অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

  • অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল
  • IPS বিষয়া ড° এছ ৰাজমৰ্তণ্ডনক বৰপেটা FRROৰ SP নিযুক্তি
  • পাণ্ডুৰ ৰে’ল আৰক্ষীৰ SP আছিল ড° ৰাজমৰ্তণ্ডন
  • ওদালগুৰিৰ SP সুপ্ৰিয়া দাসক নলবাৰীৰ SPৰূপে বদলি
  • গোলাঘাটৰ SP পুস্কিন জৈনক ওদালগুৰিৰ SPৰূপে বদলি
  • নলবাৰীৰ SP সুধাকৰ সিঙক CIDৰ SP (Zonal-I)ৰূপে বদলি
  • বাক্সাৰ SP ৰাজেন সিঙক গোলাঘাটৰ SPৰূপে বদলি
  • CIDৰ SP (Zonal-I) ধ্ৰুৱ বৰাক গুৱাহাটীৰ DCP (নিৰাপত্তা)ৰূপে বদলি
  • APS বিষয়া দেৱাশিষ বৰাক পাণ্ডুৰ ৰে’ল আৰক্ষীৰ SP পদৰ অতিৰিক্ত দায়িত্ব
  • কাহিলিপাৰাৰ 4th APBnৰ কমাণ্ডেণ্ট পদত আছে দেৱাশিষ বৰা
  • দৌলাশালৰ 14th APBnৰ কমাণ্ডেণ্ট উজ্বল প্ৰতিম বৰুৱাক বাক্সাৰ SPৰূপে বদলি
  • 14th APBnৰ নতুন কমাণ্ডেণ্ট APS বিষয়া অঞ্জন পণ্ডিত
  • অঞ্জন পণ্ডিত আছিল গোলাঘাটৰ ASP (HQ)
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...