ধেমাজি বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা

ধেমাজি বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা।
গুৱাহাটী হাই ক’ৰ্টে দোষমুক্ত কৰিলে সকলোকে।
২০০৪ৰ ১৫ আগষ্টত সংঘটিত হৈছিল বোমা বিস্ফোৰণ।
বিস্ফোৰণত নিহত হৈছিল ১০টিকৈ শিশুসহ ১৩জন।
বিস্ফোৰণত আহত হৈছিল অৰ্ধশতাধিক লোক।
নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল ৬ জনক।
নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে হাই ক’ৰ্টৰ দ্বাৰস্থ হৈছিল দোষী।
আটাইকে বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা হাই ক’ৰ্টৰ।
২৪ জুলাইত চূড়ান্ত শুনানি গ্ৰহণ কৰিছিল গোচৰটোৰ।
দীপাঞ্জলি বুঢ়াগোহাঁই, মুহী সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈক খালাচ।
আটাইকে যাৱজ্জীৱন কাৰাদণ্ড দিছিল নিম্ন আদালতে।
প্ৰশান্ত ভূঞা, হোমেন গগৈকো দোষমুক্ত ঘোষণা।
দুয়োকে ৪ বছৰৰ কাৰাদণ্ড বিহিছিল নিম্ন আদালতে।
বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি শোক প্ৰকাশ কৰিছিল আলফাই।
অসমবাসীৰ ওচৰত ক্ষমাও বিচাৰিছিল আলফাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...