কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ পিছতো নাই অনুশোচনা

বজাৰলৈ অহা এগৰাকী কিশোৰী, ঘৰলৈ যাবলৈ বুলি উঠিছিল প্ৰতিবেশী খুৰাকৰ অট’ত। কিন্তু সেই প্ৰতিৱেশী খুৰাকক বিশ্বাস কৰাটোৱেই যেন কাল হ’ল কিশোৰীৰ। নিকৃষ্ট মানসিকতাৰ সেইজন খুৰাকেই অতি নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰিলে দুৰ্ভগীয়া কিশোৰীগৰাকীক। ১৬ বছৰীয়া কিশোৰীগৰাকীক হত্যা কৰি তিলমানো অনুশোচনা নাই হত্যাকাৰীটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আগৰকাৰৰ পিছত কোন? নিৰ্বাচক পদক লৈ চৰ্চাৰ মাজতে শ্ৰীকান্তৰ মন্তব্য

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য...

টেলিকম কোম্পানীক লৈ কঠোৰ TRAI; প্ৰয়োজন নথকা ডাটাৰ বাবে গ্ৰাহকে ভৰিব নালাগে অতিৰিক্ত ধন

মোবাইল গ্ৰাহকৰ বাবে বিশেষকৈ ফিচাৰ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ...

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...