৩ সাংবাদিকে ২০১৯ত লৈছিল ৩০ লাখৰো অধিক টকা!

চেইন ছিষ্টেমত হৈছিল SCERT কেলেংকাৰিৰ ধনৰ লেনদেন। চক্ৰটোৱে লুণ্ঠন কৰিছিল SCERTৰ ১০৫  টকা। ২০ কোটি টকাত মেনেজ হৈছিল বহু RTI কৰ্মী-সাংবাদিক। কেলেংকাৰি সন্দৰ্ভত ১২ জনীয়া সাংবাদিক-RTI  কৰ্মীৰ তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ। কেৱল NKTVৰ হাতত কেলেংকাৰিত জড়িতৰ নাম।

SCERT কেলেংকাৰিত সাঙোৰ খাইছে কাৰ কাৰ নাম?

কেৱল NKTVৰ হাতত কেলেংকাৰিত জড়িত লোকৰ নাম

‘চেইন ছিষ্টেম’ত লাখ লাখ চৰকাৰী ধন হৈছিল লেনদেন

২০ কোটি টকাত মেনেজ হৈছিল বহু RTI কৰ্মী-সাংবাদিক

১২ জনীয়া সাংবাদিক-RTI  কৰ্মীৰ তালিকা প্ৰস্তুত CM ভিজিলেন্সৰ

মনোজ দাস, বিদ্যুৎ কলিতা, বনজিত মালি, ডেভিদ অধিকাৰীক

SCERT কেলেংকাৰিৰ তদন্তই লৈছে পূৰ্ণগতি

জেৰাৰ সন্মুখীন হ’ব তালুকদাৰ, নাথ, শইকীয়া উপাধিৰ ৩ সাংবাদিক

৩ সাংবাদিকে ২০১৯ত লৈছিল ৩০ লাখৰো অধিক টকা!

অনুপ শইকীয়াক লগত লৈ CM ভিজিলেন্সৰ অভিযান

ধৃত অনুপৰ বাসগৃহৰ পৰা জব্দ বহু আপত্তিজনক নথি পত্ৰ

আজিও জেৰাৰ সন্মুখীন ৰবিজিৎ গগৈ, অনুপ শইকীয়া

জেৰাৰ সন্মুখীন সাংবাদিক পূজা দাস আৰু ভাস্কৰ হাজৰিকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...