নীতি আয়োগৰ প্ৰতিবেদনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দ্বিতীয় স্থান দখল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ ৬৬টা মন্ত্ৰালয়ৰ ভিতৰত নীতি আয়োগৰ প্ৰতিবেদনত দ্বিতীয় স্থান লাভ কৰিছে। তথ্য প্ৰশাসন গুণগত মান সূচকৰ ওপৰত নীতি আয়োগৰ প্ৰতিবেদনত কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰা আঁচনিৰ ৰূপায়ণৰ ভিত্তিত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ প্ৰদৰ্শন মূল্যায়ন কৰা হৈছে।

এখন নতুন ভাৰত গঢ়ি তোলাৰ যাত্ৰাত অৰিহণা আৰু সহযোগিতা যোগোৱাৰ বাবে আৰু এই অনন্য কৃতিত্ব অৰ্জন কৰাৰ বাবে মন্ত্ৰালয়ৰ সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে। নীতি আয়োগৰ ডিএমইঅ’ৰ এই জৰীপত দ্বিতীয় স্থান সুৰক্ষিত কৰিবলৈ মন্ত্ৰালয়টোৱে ৫ৰ ভিতৰত ৪.৮ নম্বৰ লাভ কৰিছে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...