গোৱালপাৰাৰ ধূপধৰাত হাহাকাৰ

গোৱালপাৰাৰ ধূপধৰাত ভোজভাত খাই অসুস্থ হৈ পৰিছে দুই শতাধিক লোক। মূলত চালানি মাছ খোৱাৰ বাবেই বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে বিভিন্ন চিকিৎসালয়ত।

চালানি মাছ খাই অসুস্থ ২০০ৰো অধিক লোক

চালানি মাছ খাই বিষক্ৰিয়াত আক্ৰান্ত

গোৱালপাৰাৰ ধূপধৰাত হাহাকাৰ

এগৰাকী বৃদ্ধাৰ মৃত্যুত আয়োজন কৰা হৈছিল আদ্যশ্ৰাদ্ধৰ

মাছ নোখোৱাসকল অসুস্থ হোৱা নাই

মাছ যোগান ধৰা ব্যৱসায়ীজনক মাতি অনা হ’ল থানালৈ

মেঘালয়ৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন বহুজন

মাছ ব্যৱসায়ীজনৰ বিৰুদ্ধে ধূপধৰা থানাত এজাহাৰ

মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...