নিৰ্বাচন আহিলেই টুকুৰা–টুকুৰ হৈ যাব বিৰোধী ঐক্য : বদৰুদ্দিন আজমল

আজমলৰ পলিটিকেল শ্বায়েৰী
বদৰুদ্দিন আজমলৰ ভৱিষ্যৎ বাণী
নিৰ্বাচন আহিলেই টুকুৰা–টুকুৰ হৈ যাব বিৰোধী ঐক্য
লুৰীণ, অখিল মুখ্যমন্ত্ৰীৰ মানুহ

কংগ্ৰেছসহ এঘাৰ দলীয় বিৰোধী ঐক্যক লৈ AIUDFৰ মুৰবী বদৰুদ্দিন আজমলৰ বিস্ফোৰণ। এয়া কোনো এঘাৰ দলীয় ঐক্য নহয়। এঘাৰজন লোক একলগ হ’লে এঘাৰ দলীয় ঐক্য নহয়।

শাসকীয় দলৰে মিতিৰালি কৰি আছে কংগ্ৰেছৰ বিধায়ক–নেতাই। মুখ্যমন্ত্ৰী পৰা দৰমহা লৈ চলি আছে একাংশ বিৰোধী বিধায়ক। ভূপেন বৰাই বিজেপি জিকাবলৈকে AIUDFৰ সৈতে মিত্ৰতা নকৰে। এই অভিযোগ কৰি বদৰুদ্দিন আজমলৰ দাবী নিৰ্বাচন আহিলেই টুকুৰা–টুকুৰ হ’ব বিৰোধী ঐক্য।

ভূপেন বৰা জিৰ’
অজিত ভূঞা কেৱল কংগ্ৰেছৰ নহয়
ভূঞা ৫০% কংগ্ৰেছৰ, ৫০% AIUDFৰ
লুৰীণ, অখিল গগৈও মুখ্যমন্ত্ৰীৰ মানুহ বুলি দাবী আজমলৰ

নগাঁৱত এক অনুষ্ঠানত অংশ লৈ এক প্ৰকাৰ নসাৎ কৰিলে বিৰোধী ঐক্য। লোকসভা নিৰ্বাচনত কলিয়াবৰ আৰু নগাঁৱতো প্ৰাৰ্থী দিব AIUDFয়ে। নগাঁৱত লোকসভাৰ প্ৰাৰ্থী হ’ব পাৰে ডাঃ আদিত্য লাংথাছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...