যোৰহাটৰ নীলা ছবি কাণ্ডৰ চাঞ্চল্যকৰ তথ্য

যোৰহাটৰ নীলাছবি কাণ্ডৰ ন ন তথ্য আহিছে পোহৰলৈ। ইতিমধ্যে ৩ জনক গ্ৰেপ্তাৰ কৰি যুৱতীসহ এজন জিম্মাত লৈছে আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা দুয়োকে অব্যাহত আছে সোধা-পোছা। কিন্তু কিয় অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰিছিল ৩ যুৱক-যুৱতীয়ে? কিয় এই চক্ৰটোৱে টাৰ্গেট কৰিছিল ভিন্নজনক?

সহজ ধনৰ লোভতে নৈতিক স্খলন

যোৰহাটৰ নীলা ছবি কাণ্ডৰ চাঞ্চল্যকৰ তথ্য

প’ৰ্ণ ছবিৰ নায়িকাৰ সৈতে সম্পৰ্ক আছিল ধৃত ২ যুৱকৰ

নিজ ইচ্ছা মতে তিনিও মিলি প্ৰস্তুত কৰিছিল অশ্লীল ভিডিঅ’

প্ৰথমে আত্মতৃপ্তিৰ বাবেই কৰিছিল অশ্লীল কাণ্ড

পিছলৈ ৱেবছাইটৰ জৰিয়তে কৰিছিল ভাইৰেল

যি পাকচক্ৰত পৰি আত্মহননৰ পথ বাছি ল’লে ৭২ বছৰীয়া বৃদ্ধই

ভিডিঅ’ ভাইৰেলৰ পিছতে যুৱতীয়ে তৰিছিল গোচৰ

নিজেই পতা জালত যেন নিজেই বন্দী হ’ল যুৱতী

ঘটনাৰে আন কোনো লোক জড়িত থকাৰ সন্দেহ

সহজ ধনৰ লোভতে ৩ যুৱক-যুৱতীয়ে লৈছিল নিকৃষ্ট পন্থা

তিনিওৰে ম’বাইল আৰু লেপটপৰ পৰাও লাভ গুৰুত্বপূৰ্ণ তথ্য

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনলাইন প্ৰৱঞ্চনাৰ জালত পৰাৰ পৰা হওক সাৱধান; অনলাইন প্ৰৱঞ্চনাৰ বলি হৈ ধন হেৰুৱালে শোণিতপুৰৰ মহিলাই

অনলাইন প্ৰৱঞ্চনাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এগৰাকী মহিলাৰ পৰা ধন...

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ইতিহাসৰ পুনৰস্মৰণ, উন্মোচিত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি

ঐতিহাসিক গুৱাহাটী চাহ নিলাম কেন্দ্ৰত আজি চাহ উদ্যোগৰ সৈতে...

হাউলীৰ হাজীপাৰাত চাঞ্চল্যকৰ ঘটনা; মহিলাৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত কিশোৰ

বৰপেটা জিলাৰ হাউলীৰ হাজীপাৰাত সংঘটিত এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ...