ঘঁৰিয়ালৰ চকুপানী টুকি, তেজপিয়াৰ দৰে ৰং সলালেও লুকাই নাথাকে অপৰাধ

কণমানি দেৱশিশুক প্ৰখৰ ৰ’দত হাত–ভৰি বান্ধি ৰাখি, দেহৰ বিভিন্ন অংশত চিগাৰেটেৰে পুৰি, যৌনাংগত গৰম ইষ্ট্ৰি লগাই পৈশাসিক নিৰ্যাতন চলোৱা চিকিৎসক দম্পতী অৱশেষত আৰক্ষীৰ জালত। নৃশংসতাৰ সকলো সীমা চেৰাই আৰক্ষীৰ পৰা পলাই থকাৰ চেষ্টা কৰা ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। শিশু নিৰ্যাতনেই নহয় চিকিৎসক দম্পতীয়ে সংঘটিত কৰিছিল আন কেতবোৰ গুৰুতৰ অপৰাধ। আৰক্ষীৰ জেৰাত খোল খাইছে সংগীতা–ৱালিউলৰ পৈশাচিকতাৰ দস্তাবেজ।

ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে ভৰিৰে মোহাৰিছিল আইন

সৰ্বত্ৰ ঘৃণিত ডাঃ সংগীতাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

‘কন্যা সন্তানটি মোৰ নহয়’

‘এগৰাকী মহিলাই আনি দিছিল শিশুটি’

কেৱল কন্যাকে নহয়, অজ্ঞাত উৎসৰ পৰা তুলি লৈছিল পুত্ৰকো

২০১৯তে অজ্ঞাত সৰবৰাহকাৰীয়ে দুটি নৱজাতক তুলি দিছিল পাষাণ দম্পতীৰ হাতত

সকলো কথা স্বীকাৰ বিকৃত মানসিকতাৰ সংগীতাৰ

চিকিৎসক দম্পতীয়ে গোপনে তুলি লৈছিল দুয়োটা সন্তান

অপ্ৰয়োজনীয় কথাৰে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলনাময়ী সংগীতাৰ

আইন উলংঘাৰে শিশু গ্ৰহণ কৰি সংঘটিত কৰিছিল আন এক অপৰাধ

যি অপৰাধৰ বাবে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাষাণ দম্পতী

ঘঁৰিয়ালৰ চকুপানী টুকি, তেজপিয়াৰ দৰে ৰং সলালেও লুকাই নাথাকে অপৰাধ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...