দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ

চৰকাৰী বাসগৃহৰ মেৰামতি আৰু সৌন্দৰ্যবৰ্ধনৰ নামত এইবাৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে। দিল্লীৰ ফ্লেগষ্টাফ ৰোডত থকা বাসগৃহৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰায় ৪৫ কোটি টকা ব্যয় কৰা বুলি অভিযোগ কৰিছে বিজেপিয়ে। এই সম্পৰ্কত দিল্লী–বিজেপিৰ মহিলা মৰ্চাই কেজৰিৱালৰ বিৰুদ্ধে CBI মুখ্যকাৰ্যালয়ত ইতিমধ্যে অভিযোগ দাখিল কৰিছে।

মনীষ ছিছ’দিয়াৰ পিছত এইবাৰ অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ

চৰকাৰী বাসগৃহৰ মেৰামতি-সৌন্দৰ্যবৰ্ধনত ৪৫ কোটি ব্যয় কেজৰিৱালৰ

CBIৰ মুখ্য কাৰ্যালয়ত কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ বিজেপিৰ

কিন্তু কেজৰিৱালে কিহত ব্যয় কৰিলে এই চৰকাৰী ধন?

আভ্যন্তৰীণ সাজ-সজ্জাত ব্যয় হৈছিল ১১.৩০ কোটি টকা

৬.০২ কোটি ব্যয় কৰা হৈছে ষ্ট’ন আৰু মাৰ্বল ফ্ল’ৰিঙত

ইণ্টেৰিয়ৰ কনচালেটেন্সিত ব্যয় এক কোটি টকা

লাইটিং আৰু বৈদ্যুতিক সাৰঞ্জামত ব্যয় হৈছে ২.৫৮ কোটি

২.৮৫ কোটি টকা ব্যয় হৈছে অগ্নি নিৰ্বাপন ব্যৱস্থাত

আলমিৰা আৰু পাকঘৰত ব্যয় ক্ৰমে ১.৪১ কোটি আৰু ১.১ কোটি টকা

সংবাদ গোষ্ঠীক ২০ৰ পৰা ৫০ কোটি টকা দিছিল কেজৰিৱালে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...