মে’ত আলফা-কেন্দ্ৰৰ আনুষ্ঠানিক চুক্তি

অৱসানৰ পথত সুদীৰ্ঘ ১২ বছৰীয়া অধীৰ অপেক্ষা-উৎকণ্ঠাৰ। বুধবাৰে এন কে টিভিৰ ষ্টুডিঅ’ত কনছাল্টিং এডিটৰ প্ৰণয় বৰদলৈৰ অনুষ্ঠানত আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ পিছত বৃহস্পতিবাৰে নতুন দিল্লীত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো ঠিকে ঠাকে থাকিলে অহা মে’ মাহতে হ’ব আলফা আৰু চৰকাৰৰ বহু প্ৰত্যাশিত শান্তি চুক্তি। চুক্তিৰ খচৰাৰ প্ৰতিলিপি ইতিমধ্যেই অৰ্পণ কৰা হৈছে আলফাক। আলফাই সহমত প্ৰকাশ কৰিলেই চুক্তি কৰিব চৰকাৰে।

অৱসানৰ পথত সুদীৰ্ঘ ১২ বছৰীয়া উৎকণ্ঠা

মে’ত আলফা-কেন্দ্ৰৰ আনুষ্ঠানিক চুক্তি

কেন্দ্ৰই আলফাক দিছে চুক্তিৰ খচৰাৰ প্ৰতিলিপি

আলফাই ‘YES’ ক’লেই কেন্দ্ৰই চুক্তি কৰিব

দিল্লীত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দিলে নতুন খবৰ

বুধবাৰে NKTVৰ ষ্টুডিঅ’ত কৈছিল অনুপ চেতিয়াই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...