শ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো অন্তৰ্ভুক্ত হৈছে ব্ৰাজিলৰ অভিধানত

বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ বুলি ক’লে ব্ৰাজিলৰ পেলেৰ নামটো পোনতে আহে। ফুটবল বিশ্বত ইতিহাস সৃষ্টি কৰা পেলে নামটো এতিয়া এক বিশেষণ পৰিণত হৈছে। শ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো এতিয়া অন্তৰ্ভুক্ত হৈছে ব্ৰাজিলৰ অভিধানত।

ব্ৰাজিলিয়ান অভিধানত সন্নিবিষ্ট হ’ল ‘পেলে’ শব্দ

বিশ্বৰ এজন মহান খেলুৱৈৰূপে চিহ্নিত হৈছিল ব্রাজিলৰ পেলে

Edson Arantes do Nascimento জনপ্রিয় হৈছিল পেলে নামেৰে

পৰ্তুগীজ ভাষাত পেলে মানে The Best

৩খন বিশ্বকাপ ফুটবল চেম্পিয়ন দলৰ সদস্য হোৱা একমাত্র খেলুৱৈ পেলে

ব্রাজিলৰ হৈ ৯২খন খেলত গ’ল দিছিল ৭৭টা

তেওঁৰ দল ছেণ্ট’ছৰ হৈ তেওঁ ৬৫৯খন খেলত গ’ল দিছিল ৬৪৩টা

‘ফিফা’ই তেওঁক অভিহিত কৰিছিল ‘শতিকাৰ শ্রেষ্ঠ খেলুৱৈ’ বুলি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...