কোকৰাঝাৰত আয়োজিত ‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’ শীৰ্ষক ৱাই-২০ আলোচনালানিৰ উদ্বোধনী সত্ৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আয়োজিত ‘যুৱ, প্ৰশাসন আৰু গণতন্ত্ৰ’ শীৰ্ষক ৱাই-টুৱেণ্টি আলোচনালানি (Y-20 Talk Series)ৰ উদ্বোধনী সত্ৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। দেশৰ যুৱ প্ৰজন্মক এক উজ্জ্বল আৰু শক্তিশালী ভৱিষ্যতৰ বাবে সবলীকৰণৰ লক্ষ্যৰে উপযুক্ত দিক্ নিৰ্দেশনা প্ৰদানৰ উদ্দেশ্য আগত ৰাখি আয়োজিত এই বিশেষ আলোচনাত অংশ গ্ৰহণ কৰি মন্ত্ৰী সিংহলে কয় যে সকলোৱে কোৱাৰ দৰে যুৱক-যুৱতীসকল দেশৰ ভৱিষ্যৎ নহয়, তেওঁলোক হৈছে দেশৰ বৰ্তমান। তেওঁলোক হৈছে দেশৰ অতীত আৰু ভৱিষ্যতৰ মাজৰ এক সাঁকো। এক শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভেঁটিটোৱেই হৈছে দেশৰ যুৱশক্তি, যি সবল আৰু প্ৰাণৱন্ত নহ’লে ৰাষ্ট্ৰৰ মূল কাঠামোটোৱেই থুনুকা হৈ পৰিব। ৩৫ বছৰৰ অনুৰ্ধ্বৰ ৬৫ শতাংশ নাগৰিকেৰে ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ যুৱ দেশ বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ বিশ্বই আজি গভীৰ প্ৰত্যাশাৰে আমাৰ দেশলৈ চাই আছে। স্বামী বিবেকানন্দ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ বাণী উদ্ধৃত কৰি তেওঁ দেশৰ নৱ প্ৰজন্মক নঞাৰ্থক চিন্তাধাৰা পৰিহাৰ কৰি ইতিবাচক আৰু সৃষ্টিশীল কাম-কাজত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।
ভাৰতবৰ্ষক বিশ্বৰ গণতন্ত্ৰৰ মাতৃ বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ এই বিশেষ সময়ছোৱাতে ভাৰতবৰ্ষই পোনপ্ৰথমবাৰৰ বাবে জি-২০ ৰাষ্ট্ৰগোটৰ অধ্যক্ষৰ গুৰু দায়িত্ব লাভ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। সেইদৰে এসময়ত সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ বাবে সংবাদ শিৰোনামত থকা উত্তৰ-পূবৰ এই কোকৰাঝাৰ চহৰত আজি ৱাই-২০ৰ আলোচনা চক্ৰ আয়োজিত হোৱাটো আৰু ১৫০০ৰো অধিক যুৱক-যুৱতীয়ে একাগ্ৰচিত্তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো পৰিৱৰ্তনশীল নৱ ভাৰতৰ উজ্জ্বল চানেকি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি আয়োজিত আজিৰ এই বিশেষ আলোচনালানিয়ে ইয়াৰ মূল অংশীদাৰ, নীতি নিৰ্ধাৰক, বিশেষজ্ঞ, যুৱ নেতা আদিক একত্ৰিত কৰাৰ লগতে গণতান্ত্ৰিক মূল্যবোধ, সুশাসন, আৰু যুৱ সবলীকৰণত সহায়ক হোৱাৰ লগতে ভাৰতৰ বহনক্ষম উন্নয়ন আৰু প্ৰগতিত অৰিহণা যোগাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ তথা ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশিষ্ট ৰাষ্ট্ৰীয় নেতা তথা ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ সম্বিত পাত্ৰ, বড়োলেণ্ড আঞ্চলিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিশিষ্ট উদ্যোগপতি কে উল্লাছ কামাথ, বিশিষ্ট সাহিত্যিক-অনুবাদক দিগন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ডেৰ সহস্ৰাধিক যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
пин ап зеркало пин ап зеркало pin up вход
пин ап зеркало: пин ап вход – пинап казино
http://pinupaz.top/# pin up casino
pin up вход: пин ап зеркало – pin up вход
pin up azerbaycan pin up casino pin up az
http://pinupaz.top/# pin up azerbaycan
вавада казино vavada casino vavada вход
https://pinuprus.pro/# пин ап вход
vavada вход вавада казино вавада
https://pinupaz.top/# pin up azerbaycan
пин ап вход: пинап казино – пин ап казино официальный сайт
пин ап казино пин ап казино пин ап вход
вавада: вавада официальный сайт – вавада зеркало
http://pinuprus.pro/# пин ап казино официальный сайт
пин ап казино: pin up вход – pin up вход
pinup az pin-up casino giris pin up azerbaycan
https://vavadavhod.tech/# vavada
pin up вход пин ап казино официальный сайт пинап казино
discreet shipping: legit Viagra online – secure checkout Viagra
order Viagra discreetly: legit Viagra online – legit Viagra online
http://zipgenericmd.com/# affordable ED medication
buy generic Cialis online generic tadalafil affordable ED medication
no doctor visit required: same-day Viagra shipping – safe online pharmacy
https://maxviagramd.shop/# best price for Viagra
doctor-reviewed advice: modafinil pharmacy – modafinil pharmacy
reliable online pharmacy Cialis: affordable ED medication – generic tadalafil
legal Modafinil purchase legal Modafinil purchase modafinil 2025
https://zipgenericmd.shop/# online Cialis pharmacy
buy generic Cialis online: reliable online pharmacy Cialis – FDA approved generic Cialis
secure checkout ED drugs: reliable online pharmacy Cialis – Cialis without prescription
legit Viagra online fast Viagra delivery best price for Viagra
https://maxviagramd.com/# fast Viagra delivery
secure checkout ED drugs: online Cialis pharmacy – generic tadalafil
http://zipgenericmd.com/# reliable online pharmacy Cialis
trusted Viagra suppliers: fast Viagra delivery – Viagra without prescription
order Viagra discreetly Viagra without prescription legit Viagra online
best price for Viagra: no doctor visit required – safe online pharmacy