কৰ্মচাৰীৰ দৰমহা আদায়ৰ নিৰ্দেশ চৰকাৰৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা ৬ এপ্ৰিলৰ পৰা আদায় পাব। কৰ্মচাৰীয়ে ৪ শতাংশ অতিৰিক্ত মৰগীয়া বানচসহ এই দৰমহা লাভ কৰিব। ৰাজ্য চৰকাৰে কোষাগাৰসমূহলৈ ইতিমধ্যে এই বিষয়ে নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্য চৰকাৰে এক বিবৃতিত এই কথা জানিবলৈ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ...

প্ৰসংগঃ জুবিন গাৰ্গ মৃত্যুৰ গোচৰ; ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে...

দিন-দুপৰতে ডিব্ৰুগড়ৰ ৰাজগড়ত ডকাইতি! জুৱেলাৰ্ছৰ সন্মুখৰ পৰাই ১০ লক্ষাধিক টকাৰ সোণ, নগদ ধন লুটি উধাও দুৰ্বৃত্ত

টিংখাঙৰ ৰাজগড়ত পুৱাই সংঘটিত চাঞ্চল্যকৰ দিন-দুপৰীয়া ডকাইতিৰ ঘটনাই সমগ্ৰ...