কাইলৈ অসমীয়া প্ৰশ্নকাকত থানাৰ পৰা চমজি নল’বলৈ নিৰ্দেশ SEBAৰ

পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক তথা শিক্ষা বিষয়ালৈ ছেবাৰ জৰুৰী নিৰ্দেশনা
কাইলৈ অসমীয়া প্ৰশ্নকাকত থানাৰ পৰা চমজি নল’বলৈ নিৰ্দেশ
থানালৈ গৈ পুনৰ ছীল কৰিব লাগিব অসমীয়াৰ প্ৰশ্নকাকতৰ টোপোলা
ছীল কৰোঁতে উপস্থিত থাকিব লাগিব থানা-আৰক্ষী চকীৰ OC
উপস্থিত থাকিব লাগিব পৰীক্ষা কেন্দ্ৰত নিয়োজিত বিষয়া
উপস্থিত থাকিব লাগিব জ্যেষ্ঠ শিক্ষক
অসমীয়া বিষয়ৰ প্ৰশ্নকাকত নতুনকৈ প্ৰেৰণ কৰা হ’ব
অসমীয়াৰ লগতে আন ভাৰতীয় ভাষাৰ পৰীক্ষাও ১ এপ্ৰিলতে
অসমীয়াৰ নতুন প্ৰশ্নকাকত যদিও আন ভাষাৰ বৰ্তমানৰ প্ৰশ্নকাকতেৰেই পৰীক্ষা
অসমীয়াৰ ছীলবন্ধ পেকেটসমূহ ছেবাই পিছত সংগ্ৰহ কৰিব
শুকুৰবাৰে ৰাজ্যৰ স্কুল পৰিদৰ্শকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স
সকলো পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক, থানাৰ OCক নিৰ্দেশ প্ৰদানৰ দায়িত্ব
শনিবাৰে আছিল অসমীয়াসহ সকলো ভাৰতীয় ভাষাৰ পৰীক্ষা
সকলো ভাষাৰ প্ৰশ্নকাকতেই জমা আছে থানা-আৰক্ষী চকীত
অসমীয়াৰ প্ৰশ্নকাকত ছীল কৰিব কেন্দ্ৰ তত্বাৱধায়কে
অন্যান্য ভাষাৰ প্ৰশ্নকাকত কেন্দ্ৰলৈ যাতে নিনিয়ে তাৰ বাবে কঠোৰ নিৰ্দেশ
ভাৰতীয় ভাষাৰ পৰীক্ষা ১ এপ্ৰিলত পুনৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান বিধ্বস্ত নেপাললৈ প্ৰতিদিনে ১৮ ঘণ্টাকৈ বিদ্যুৎ ৰপ্তানি কৰিব ভাৰতে

নেপালৰ বিদ্যুৎ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।...

আকাশত চন্দ্ৰ–শুক্ৰৰ মনোমোহা যুগলবন্দী! কিয় দেখা গ’ল এই বিৰল দৃশ্য?

আজি, ১৪ ছেপ্টেম্বৰ ২০২৬। অসমৰ সন্ধিয়াৰ আকাশত দেখা গৈছে...

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত...