বিদ্যুৎ চুৰি সন্দৰ্ভত কি ক’লে শক্তি মন্ত্ৰী বিমল বৰাই

গুৱাহাটী, ১০ জুন, NKTV:বিজুলী ভৱনত শক্তি মন্ত্ৰী বিমল বৰাৰ সংবাদমেলৰ আয়োজন
এই সংবাদমেলখনত প্ৰধান্য পোৱা বিষয় কেইটাঃ

  • বিদ্যুৎ চুৰি ৰোধ কৰাৰ ক্ষেত্ৰত – APDCL,AEGCL,APGCL – এই তিনিওটা কোম্পানীৰ বিশেষ পদক্ষেপ
  • বিভাগৰ দুটা SKUADএ অভিযান চলায়
  • বৰাগাওঁৰ দুটাকৈ ফেক্টৰীত বিদ্যুত চুৰিৰ ঘটনা ধৰা পেলাইছে
  • গোচৰ ৰুজু কৰা হৈছে উদ্যোগ দুটাৰ বিৰুদ্ধে
  • উদ্যোগ দুটাই ৰিম’ৰ্টৰ জৰিয়তে বিদ্যুৎ চুৰি কৰি আছিল
  • “ইজি পে” নামৰ এপৰ যোগেদি বিদ্যুৎৰ মাছুল দিব পাৰিব গ্ৰাহকে
  • এজেন্সিয়ে 3 % কৈ পাব কমিছন
  • বিদ্যুৎ চুৰি কৰি অহাৰ বাবে APDCLযথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে
  • বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে এইবাৰ তৎপৰ বিদ্যুৎ বিভাগৰ তিনিওটা কোম্পানী
  • এইক্ষেত্ৰত বিদ্যুৎ বিভাগৰ সংস্কাৰৰ প্ৰয়োজন আছে
  • ৫বছৰৰ পিছত যেতিয়া তিনিওটা কোম্পানীয়ে লাভৰ মুখ দেখিব তেতিয়া আমি একোলগে বিষয়াসকলৰ সৈতে ফটো উঠিম
  • বিদ্যুৎ চুৰি ৰোধিবলৈ কঠোৰ আইন প্ৰণয়ন কৰা হ’ব বিধান সভাত

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশিষ্ট সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

নাজিৰাৰ মেজেঙ্গাৰ সৰবৰহী মহিলা তথা বিশিষ্ট সমাজ সেৱিকা অঞ্জলী...

সিদ্ধাৰ্থ যাদৱৰ হাৰিয়ানাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ

'তুমি অহাৰ কথা আছিল, প্ৰতিশ্ৰুতি দিছিলা উভতি অহাৰ…' মুহূৰ্ততে...

খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে ৰাজ্যিক আলোচনা চক্ৰ আয়োজন

বিগত ২১ আৰু ২২ মাৰ্চ, ২০২৫ তাৰিখে ডিব্ৰুগড়ৰ জকাই...