আমেৰিকাৰ জনপ্ৰিয় ৰেপাৰ টেকঅফক গুলীয়াই হত্যা

আমেৰিকাৰ জনপ্ৰিয় ৰেপাৰ টেকঅফক গুলীয়াই হত্যা। টেক্সাছৰ হিউষ্টন মহানগৰীৰ এটা গলিত ডাইছ খেলি থকা অৱস্থাত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হয় মিগ’জ বেণ্ডৰ জনপ্ৰিয় ৰেপাৰ টেকঅফক। জানিবপৰা মতে ডাইছ খেলি থকা মুহূৰ্তত এটা পক্ষৰ সৈতে বাকযুদ্ধ লাগিছিল টেকঅফৰ। ডাইছ খেলি থকা মুহূৰ্তত গোট খাইছিল প্ৰায় ৪০-৫০জন লোক। তাৰ পিছতেই অতৰ্কিতে টেকঅফসহ আন দুজনক গুলীয়াই দুৰ্বৃত্তই। গুলীবিদ্ধ টেকঅফ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন দুজন। এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তই। ২৮ বছৰীয়া টেকঅফৰ হত্যাকাণ্ডক লৈ শোকত ভাগি পৰিছে কোটি কোটি অনুৰাগী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...