জয়ৰ বাবে কঠিন কোনো এটা সমষ্টি অগপক এৰি দিয়াৰ পৰিকল্পনা বিজেপিৰ

দুই মিত্ৰদল অগপ আৰু UPPLক এখনকৈ আসন এৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত ১২খন আসনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মঙলবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। উল্লেখযোগ্য যে, অগপক ধুবুৰী আৰু UPPLক কোকৰাঝাৰ সমষ্টি এৰি দিব বিগ ব্ৰাডাৰ বিজেপিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...