চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ১৭ অক্টোবৰত প্ৰকাশিত হ’ল ৰাজ্য চৰকাৰৰ পোনপটীয়া নিযুক্তিৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। ১৮ অক্টোবৰতহে আকৌ ছেবাৰ ৱেবছাইটযোগে ওলাল পৰীক্ষাৰ ফলাফল। ১৩,৩৪১টা পদৰ বিপৰীতে উত্তীৰ্ণৰ সংখ্যা ২৬,৬৮২ গৰাকী। পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় চাৰে চাৰি লাখ পৰীক্ষাৰ্থী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...