দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে সাজু মহানগৰ প্ৰশাসন

কাইলৈ বিজয়া দশমী। নৈত বিলীন হৈ যাব মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা। ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্দিষ্ট বিসৰ্জনস্থলীসমূহ। সাজু গুৱাহাটী মহানগৰ প্ৰশাসন। নিৰ্দিষ্ট নিয়মাৱলীৰ মাজেৰে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঘাটসমূহত বিসৰ্জন দিব পাৰিব দেৱী প্ৰতিমা। অৱশ্যে এইবাৰ দশমীত কোনো আয়োজকে ব্যৱহাৰ কৰিব নোৱাৰি কোনো উচ্চস্তৰৰ সংগীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...