শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান গ্ৰহণ কৰি কি ক’লে অভিনেতা সূৰ্যই?

দক্ষিণৰ অভিনয় জগতৰ এক চিনাকী নাম সূৰ্য। শুকুৰবাৰে অভিনেতা সূৰ্যই গ্ৰহণ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান। বঁটা গ্ৰহণ কৰি অভিনেতাজনে কয়-এই বঁটা মোৰ বাবে বিৰাট ডাঙৰ সন্মান। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বাচনি কৰা বিচাৰক আৰু ভাৰত চৰকাৰৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। মনত বহু আৱেগে দোলা দি আছে। বহু মানুহক ধন্যবাদ দিবলগীয়া আছে…শিহৰিত হৈ পৰিছোঁ। সঁচাকৈয়ে এয়া এক এনে মুহূৰ্ত যাক মই কেতিয়াও পাহৰিব নোৱাৰো”। উল্লেখ্য যে, ছোৰাৰাই পট্ৰু চলচ্চিত্ৰখনত কৰা অনবদ্য অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে জনপ্ৰিয় অভিনেতাজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...