কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিশ্ব অনুবাদ দিৱস পালন

আজি বিশ্ব অনুবাদ দিৱস। ১৯৫৩ চনৰ পৰাই এই দিৱস পালন কৰি আহিছে যদিও ২০১৭ চনত ৰাষ্ট্ৰসংঘই অনুবাদক আজিৰ দিনটোত বিশ্ব অনুবাদ দিৱস হিচাপে স্বীকৃতি দিছিল। সমগ্র বিশ্বৰ লগতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে উদযাপন কৰে অনুবাদ দিৱস। অনুবাদৰ উপকাৰিতা আৰু অনুবাদ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মাজত বিশদভাৱে আলোচনা কৰা হয়।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা সাহিত্যিক মাধুৰ্য্যমণ্ডিত বৰুৱা, অধ্যাপক তথা বিশিষ্ট অনুবাদক গোবিন্দ প্ৰসাদ ভূঞা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ আটাইকেইটা বিভাগৰ মুৰব্বী অধ্যাপক সকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...