‘দেৱজিতে মোক বিয়া পাতিম বুলি কৈছে’

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নাৰী কেলেংকাৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ ভিতৰ চ’ৰাত। হেলেনা হেৰে নামৰ মহিলাগৰাকীয়ে দেৱজিত দেউৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে ইটোৰ পিছত সিটো অভিযোগ। ৰাজহুৱা কৰিলে দেৱজিত দেউৰীৰ সৈতে কথা পতাৰ ফোন ৰেকৰ্ডিং।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...