আজিৰে পৰা ভক্তৰ বাবে বন্ধ কামাখ্যা মন্দিৰৰ বিশেষ প্ৰৱেশদ্বাৰ মুখ্য বাতৰিআঞ্চলিকগুৱাহাটী By NKTV Digital On Sep 27, 2022 0 399 Share আজিৰে পৰা বন্ধ কৰা হ’ল কামাখ্যা মন্দিৰৰ বিশেষ প্ৰৱেশদ্বাৰৰ ব্যৱস্থা। দুৰ্গা পূজাৰ বাবে বন্ধ কৰা হৈছে এই ব্যৱস্থা। পাছ লৈ কামাখ্যা মাৰ দৰ্শন কৰিব নোৱাৰিব ভক্তই। দশমীৰ পিছত পুনৰ ভক্তৰ বাবে মুকলি কৰা হ’ব বিশেষ প্ৰৱেশদ্বাৰৰ ব্যৱস্থা। 0 399 Share