নিষিদ্ধ হ’ব PFI! গৃহ মন্ত্ৰণালয়ে শীঘ্ৰে ল’ব পাৰে কঠোৰ পদক্ষেপ

শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া! NIAৰ সঞ্চালকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বৈঠক সমাপ্ত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই উচ্চস্তৰীয় বৈঠক। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালো উপস্থিত আছিল বৈঠকত। PFIৰ বিৰুদ্ধে NIA-EDৰ দেশজোৰা অভিযান সন্দৰ্ভত আলোচনা কৰা হয়। সমগ্ৰ অভিযানৰ সবিশেষ আৰু শেহতীয়া তথ্য ল’লে অমিত শ্বাহে। উল্লেখ্য যে, বুধবাৰে মাজনিশাৰে পৰা দেশৰ শতাধিক স্থানত অভিযান চলাইছে তদন্তকাৰী দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...