‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন!

‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন! অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনদেৱক জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে। গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ফুকনদেৱ আছিল আধুনিক আৰু জাতীয় চিন্তাৰ অগ্ৰদূত, যিয়ে ‘অৰুনোদই’ৰ পাতত লিখিছিল ‘অসমীয়া ল’ৰাৰ মিত্ৰ’, ইয়াৰ লগতে ‘A few remarks on the Assamese Language’ লিখি অসমত অসমীয়া ভাষাৰ প্ৰচলনৰ পথ প্ৰশস্ত কৰিছিল। জাতীয় জীৱনৰ এইগৰাকী মহান সন্তানৰ কৃতি আৰু কৃতিত্ব সদায়ে স্মৰণীয় হৈ ৰ’ব। ওপজা দিনত মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ লগতে বিভিন্নজনে স্মৰণ কৰিছে মহীৰূহগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...