বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈ অসুস্থ

0 231

পুনৰ অসুস্থ বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈ। উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে GMCHলৈ। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছে গগৈ। GMCHত বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত চলিছে চিকিৎসা। বিভিন্নজনে পুলক গগৈৰ আশু আৰোগ্য কামনা কৰিছে।

Leave A Reply

Your email address will not be published.