বিঘাই বিঘাই ধাননি পথাৰ বিনষ্ট বন্যহস্তীৰ, লক্ষীপুৰত ৰাইজৰ আৰ্তনাদ শুনিব কোনে?

গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। বিঘাই বিঘাই ধাননি পথাৰ বিনষ্ট বন্যহস্তীৰ।

প্ৰায় অৰ্ধ শতাধিক হাতীয়ে আশ্ৰয় লৈছে জনাঞ্চলত। বিনিদ্ৰ ৰজনী কটাইছে লক্ষীপুৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে। হাতীয়ে তাণ্ডৱ চলাই ভাঙিছে আশ্ৰয় গৃহ।

হাতী খেদাত ব্যৰ্থ বিয়াগোম বন বিভাগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...