অসমৰ শ শ বিঘা সেউজ বনাঞ্চলত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ

পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত। তিৰু হিলচত সশস্ত্ৰ নগাৰ বেদখল। ৰণখামৰ বিৰলা পথৰ কাষত তিৰু হিলচৰ শ শ বিঘা সেউজ বনাঞ্চলত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ। সেউজ বনাঞ্চল উচন কৰি দখলীকৃত অসমৰ ভূমিত নতুন বস্তি স্থাপনৰ যো জা নগা দুৰ্বৃত্তৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...