পৰ্যাপ্ত সংখ্যা আছে, BPFক এতিয়া কেৱল চৰকাৰৰ আশীৰ্বাদহে প্ৰয়োজন!

UPPLAৰ পৰা BPFলৈ অহা সকলে এতিয়া হেঁচা দিয়া আৰম্ভ কৰিছে। চৰকাৰ কেতিয়া আহিব বুলি প্ৰদান কৰিছে হেঁচা। এই মন্তব্য BPFৰ বিধায়ক দুৰ্গা দাস বড়োৰ। বিপিএফক এতিয়া কেৱল চৰকাৰৰ আশীৰ্বাদহে প্ৰয়োজন। বিপিএফৰ পৰ্যাপ্ত সংখ্যাও আছে। লোকসভাত কোকৰাঝাৰ দখল কৰিব বিপিএফে। সংবাদ মাধ্যমৰ আগত এই মন্তব্য দুৰ্গা দাস বড়োৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...