বাকী খাই ঘূৰাই দিয়া নাছিল ৪০০ টকা, গুৰুলা গুৰুলকৈ প্ৰহাৰ যুৱকক!

মৰিগাঁৱত এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ। এখন গেলামাল দোকানত বাকী খাইছিল ৪০০ টকাৰ। যুৱকজনে চাৰি দিন ধৰি বাকী মাৰিব পৰা নাছিল। তাৰ পিছৰ দৃশ্য এয়া। মৰিগাঁও নভেটিৰ এই খন মৌচাক, দোকানৰ মালিক-মালিকণীয়ে এনেদৰে প্ৰহাৰ কৰে যুৱকজনক। প্ৰকৃত কথাটো হ’ল কিমান দূৰ গ্ৰহণ যোগ্য এনেদৰে প্ৰহাৰ কৰাটো? এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...