‘শিক্ষামন্ত্ৰী ৰণোজ পেগুক বৰ্জন কৰক’ টুইটাৰত ছাত্ৰ সমাজৰ কিহৰ ক্ষোভ?

গুৱাহাটী, ৭ জুন, NKTV: অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চলি থকা বিতৰ্কৰ সময়তে হাজাৰোধিক শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি শক্তিশালী কৰিবলৈ টুইটাৰক মাধ্যম হিচাপে গ্ৰহণ কৰিছে। শিক্ষাৰ্থীসকলে হেচটেগ ব্যৱহাৰ কৰি হাজাৰ হাজাৰ টুইটৰ জৰিয়তে টুইটাৰত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে।

‘ষ্টুডেণ্টছ ভইচ (এল) নামেৰে পৰিচালিত এটা টুইটাৰ একাউন্টত আনকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু কৰণ জোহাৰৰ মাজত তুলনা কৰা দেখা গৈছে।

কিছু সংখ্যক শিক্ষাৰ্থীয়ে পৰীক্ষা বাতিল কৰিবলৈ ভিডিঅ’ আপীল কৰাও পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...