কাইলৈ গুণোৎসৱ, নিশালৈকে নাহিল প্ৰশ্নকাকত! কি চলিছে শিক্ষা বিভাগত?

শিক্ষা বিভাগৰ গুণোৎসৱৰ নামত চূড়ান্ত প্ৰহসন। নিশা ৯ বজালৈকে শিক্ষক সমাজে লাভ কৰা নাই গুণোৎসৱৰ প্ৰশ্নকাকত। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ দূৰণিবটীয়া শিক্ষকৰ বিলৈ। এফালে শিক্ষক সমাজৰ ক্ষোভ,আনফালে শিক্ষা বিষয়াৰ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা। পুৱা গুণোত্সৱ আয়োজনৰ বিপৰীতে মাজনিশালৈ প্ৰশ্নকাকত নোপোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে শিক্ষক-অভিভাৱকে। এই ঘটনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ আহ্বান সচেতন লোকসকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...