কৰ্তব্যৰত অৱস্থাত বন‍্যহস্তীয়ে খেদি আহিল বনকৰ্মীক!

কলিয়াবৰৰ শিলঘাটত অঘটন। বন‍্যহস্তীৰ আক্ৰমণৰ বলি হ’ল বনকৰ্মী। কলিয়াবৰৰ শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্য‍ালয়ৰ সমীপতে ৰবৰবাৰীত নিশা এটা বন‍্য হস্তীৰ আক্ৰমণত আহত হয় বনকৰ্মী নৱ চমুৱা। কৰ্তব্যৰত অৱস্থাত শিলঘাট-কামাখ‍্যা বনাঞ্চলৰ পৰা ওলাই অহা বন‍্য হস্তীটোৱে অতৰ্কিতে আক্ৰমণ কৰে নৱ চমুৱাক। সৌভাগ্যক্ৰমে গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পোৱা নৱ চমুৱাক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...