সভাপতিৰ দায়িত্বভাৰ গ্ৰহণৰ সময়তে কংগ্ৰেছ কাৰ্যালয়ত কুৰুক্ষেত্ৰ!

0 48

জিলা কংগ্ৰেছ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। শিলচৰত কাৰ্যালয়ৰ ভিতৰতে কংগ্ৰেছীৰ মাজত তুমুল হতাহতি। জিলা সভাপতিৰ দায়িত্বভাৰ গ্ৰহণৰ সময়তে দুটা ফৈদৰ মাজত সংঘাত। আনছাৰ হুছেইন নামৰ এজন নেতাক লপাথপা একাংশৰ। নৱ নিযুক্ত সভাপতিৰ সমৰ্থকে আক্ৰমণ কৰে আনছাৰ হুছেইনক। ঘটনাৰ সময়ত উপস্থিত আছিল বৰখলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ। কাটিগড়াৰ বিধায়ক খলিল উদ্দিনো আছিল উপস্থিত।

Leave A Reply

Your email address will not be published.